দক্ষিণ শালমাৰাৰ আইৰকাটাত ফকিৰগঞ্জ আৰক্ষীৰ অভিযান…

দক্ষিণ শালমাৰাৰ আইৰকাটাত ফকিৰগঞ্জ আৰক্ষীৰ অভিযান…

author-image
asomiyapratidin
New Update
দক্ষিণ শালমাৰাৰ আইৰকাটাত ফকিৰগঞ্জ আৰক্ষীৰ অভিযান…

  • দক্ষিণ শালমাৰাৰ আইৰকাটাত ফকিৰগঞ্জ আৰক্ষীৰ অভিযান।
Advertisment
  • ১৫.৫ কেজি গাঞ্জাসহ গ্ৰেপ্তাৰ ভাং ব্যৱসায়ী।
  • গাঞ্জা ব্যৱসায়ীটোৰ নাম জহৰ আলী (৫৬)।
  • জহৰ আলীয়ে দীৰ্ঘদিন ধৰি ঘৰৰ পৰা নিচাজাতীয় সামগ্ৰী।
  • গাঞ্জা বিক্ৰী কৰি ৰমৰমীয়া ব্যৱসায় চলাই আহিছে।
  • গোপন সূত্ৰৰ ভিত্তিত ফকিৰগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লোকমান আলীৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলএটাই গাঞ্জাখিনি জব্দ কৰি ব্যৱসায়ীটোক গ্ৰেপ্তাৰ কৰে।
  • কিছু সময় পূৰ্বে ফকিৰগঞ্জ আৰক্ষীয়ে চলাইছিল এই অভিযান।
assam himanta biswa sarma Assam police