New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/11/agrani-batory.jpg)
- মানকাচৰৰ গুদলিগাঁও ভাৰত-বাংলাদেশ সীমান্তত গুলীচালনা
- এজন লোক নিহত
- লোকজনৰ নাম মনিৰুজ্জামান
- চোৰাং সৰবৰাহৰ সন্দেহত বি এছ এফে গুলী চালনা কৰিছে
- গাঁৱবাসীৰ দাবী, সীমান্তৰ ফালে মাছ ধৰিবলৈ গৈছিল লোকজন
- সীমান্তৰ পৰা প্ৰায় ৮০০ মিটাৰ দূৰত হৈছে ঘটনাটো
- বি এছ এফে গুলী কৰা বুলি ৰাইজৰ দাবী
- কিন্তু বি এছ এফে গুলী কৰা নাই বুলি দাবী কৰিছে
- আৰক্ষীৰ তদন্তৰ পিছত হে পোহৰ লৈ আহিব প্ৰকৃতি ঘটনা