New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/dangor-khobr-24.jpg)
- মণিপুৰ ভূমিস্খলনত সন্ধানহীন আন এগৰাকী ব্যক্তিৰ মৃতদেহ উদ্ধাৰ।
- উদ্ধাৰ হোৱা ব্যক্তিজনৰ নাম কমলেশ তাকুলকাদৰ।
- কমলেশ তালুকদাৰ ৰে'ল বিভাগৰ এগৰাকী অভিযন্তা হিচাপে কৰ্মৰত আছিল।
- জিৰবাম-ইম্ফল নিউ ৰে'লৱে লাইনত কৰ্মত আছিল তেওঁ।
- গোলকজঞ্জত ঘৰ মৃত অভিযন্তা কমলেশ তাকুকদাৰৰ।
ক্লিক কৰি পঢ়কঃ সাহিত্য সভাত উদয় হ'ব নেকি সূৰ্য!