মণিপুৰৰ ভূমিস্খলনত আহত সকলৰ স্বাস্থ্যৰ বুজ ল’লে মন্ত্ৰী পিযুষ হাজৰিকাই…

মণিপুৰৰ ভূমিস্খলনত আহত সকলৰ স্বাস্থ্যৰ বুজ ল’লে মন্ত্ৰী পিযুষ হাজৰিকাই…

author-image
asomiyapratidin
New Update
মণিপুৰৰ ভূমিস্খলনত আহত সকলৰ স্বাস্থ্যৰ বুজ ল’লে মন্ত্ৰী পিযুষ হাজৰিকাই…

ডিজিটেল ডেস্ক: মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে মন্ত্ৰী পীযুষ হাজৰীকাই ৰবিবাৰে ইম্ফলৰ ৰিজনেল ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সেজ উপস্থিত হয় আৰু মণিপুৰৰ তুপুলত সংঘটিত ভূমিস্খলনথলীৰ পৰা উদ্ধাৰ হোৱা অসমৰ পাঁচগৰাকী ব্যক্তিৰ ভিতৰত বৰ্তমান তাত চিকিৎসাধীন অৱস্থাত থকা ৩ গৰাকী ব্যক্তিৰ স্বাস্থ্যৰ অৱস্থাৰ বুজ লয়।

Advertisment

বৰ্তমান ৫ গৰাকীৰ অৱস্থা সুস্থিৰ হৈ উঠাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে কাইলৈ দিনৰ ১১.১৫ বজাত এখন এয়াৰ এছিয়াৰ বিমানযোগে মন্ত্ৰীগৰাকীয়ে নিজৰ লগতে তেঁওলোকক অসমলৈ ঘূৰাই অনাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ।

আৰু পঢ়ক: অসমত এতিয়া অবৈধ বাংলাদেশীৰ দপদপনি বাঢ়িছে, NRC ত ৮০ লাখ বাংলাদেশী সোমাইছে: শিলাদিত্য

assam himanta biswa sarma pijus hazarika manipur landslide