/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/09/manipur.jpg)
ডিজিটেল ডেস্ক : অৰুণাচলৰ পাছত মণিপুৰত জেডি(ইউ)ৰ মুখ্যম আঘাত। মণিপুৰত জেডি(ইউ)ৰ ব্যাপক খহনীয়া। মণিপুৰত জেডি(ইউ)ৰ পাঁচজন বিধায়ক শাসকীয় বিজেপিৰ সৈতে একত্ৰিত হৈছে।
বৰ্তমান মণিপুৰত বিজেপিৰ বিধায়কৰ সংখ্যা ৩৭ গৰাকী হয়গৈ। উল্লেখ্য যে মণিপুৰত জেডি(ইউ)ৰ বিধায়কৰ সংখ্যা আছিল ৬ গৰাকী। ৫ গৰাকী বিধায়ক বিজেপিত চামিল হোৱাত বৰ্তমান মণিপুৰৰ জেডি(ইউ)ৰ বিধায়ক মাত্ৰ এজনহে ৰ'লগৈ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us