/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/08/1b6d597d-48f3-484b-960e-3ecc41804226.jpg)
ডিজিটেল সংবাদ, মঙলদৈঃ অহা ৬ ছেপ্তেম্বৰত শুভ মুক্তি পাবলগীয়া জুবিন গাৰ্গৰ "কাঞ্চন জংঘা" নামৰ বহুল চৰ্চিত অসমীয়া চলচ্চিত্ৰখন প্ৰমোচন কৰিলে জুবিন গাৰ্গে৷ আন্তঃমঙলদৈ ছাত্ৰ সন্থা আৰু জুবিন ফ্ৰেণ্ড ক্লাৱৰ উদ্যোগত মঙলদৈ মহাবিদ্যালয়ৰ খেলপথাৰত মঙলবাৰে আবেলি হাজাৰ হাজাৰ অনুৰাগীৰ মাজত প্ৰমোচন কৰিলে কাঞ্চনজংঘাৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/08/51acd2ae-6aa2-49f6-bcb0-bbee77385a0f-1024x768.jpg)
চিনেমা খনৰ কাহিনী চৰিত্ৰ আদি বৰ্ণনা কৰিলে টিম কাঞ্চনজংঘাই। সকলোৰে সহযোগিতা বিচাৰি কাঞ্চনজংঘা চাবলৈ আহ্বান জনাই কাঞ্চনজংঘাৰ গীত গালে জুবিন গাৰ্গে।কবলৈ নাপাহৰিলে "মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই"।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/08/51acd2ae-6aa2-49f6-bcb0-bbee77385a0f-1024x768.jpg)