অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰতিবাদত কঁপিল মঙলদৈ…

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰতিবাদত কঁপিল মঙলদৈ…

author-image
asomiyapratidin
New Update
অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰতিবাদত কঁপিল মঙলদৈ…

ডিজিটেল সংবাদ, মঙলদৈ : অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ শতাধিক কৰ্মীয়ে মঙলদৈ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী, দক্ষতা, নিয়োগ আৰু উদ্যামিতা, আৰু পৰ্যতন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা উপস্থিত হোৱাৰ সময়তে প্ৰতিবাদ কৰি পৰিবেশ উত্তাল কৰি তোলে।

Advertisment

উল্লেখ্য যে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে অসম চৰকাৰৰ দ্বাৰা ঘোষণা কৰা প্ৰাথমিক পৰ্যায়ৰ পৰা গণিত আৰু বিজ্ঞান বিষয় ইংৰাজী ভাষাত পাঠদান কৰাৰ ক্ষেত্ৰত তীব্ৰ বিৰোধিতা কৰি আহিছে ৷ পৰিষদৰ মতে অসমত অসমীযা ভাষাত নপঢ়িলে অসমীয়াৰ অস্তিত্ব হেৰাই যাব। চৰকাৰক এই বিষয়টি পুনৰ বিবেচনা কৰি অসমীয়া ভাষা প্ৰয়োগ কৰিবলৈ দাবী জনায় বিদ্যাৰ্থী পৰিষদে ৷

assam himanta biswa sarma Assam police