মঙলদৈত আৰম্ভ হ'ল সৰ্বভাৰতীয় অম্বামেধী ফুটবল লীগ...

প্ৰতিয়োগিতা খনি উদ্বোধন কৰে দৰং জিলা উপায়ুক্ত প্ৰনৱ কুমাৰ শৰ্মাই

author-image
Asomiya Pratidin
New Update
মঙলদৈত আৰম্ভ হ'ল সৰ্বভাৰতীয় অম্বামেধী ফুটবল লীগ...

mangaldoi football match

ডিজিটেল সংবাদ, মঙলদৈ : মঙলদৈ ক্ৰীড়া সন্থাৰ খেলপথাৰত শুকুৰবাৰৰ পৰা আৰম্ভ হ'ল সৰ্বভাৰতীয় অম্বামেধী ফুটবল লীগ। আজিৰ খেল ছিলং ইউনাইটেড ৰাইজিং আৰু অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ মাজত অনুষ্ঠিত হ'ব।

Advertisment

এইবাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব এছ.ই.বি গুৱাহাটী, ছিলং ইউনাইটেড ৰাইজিং ক্লাৱ, কেৰেলাচ’ক ক্লাৱ, অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ, আচাম ৰেজিমেণ্ট চিলং, আই টি বি টি পঞ্জাৱ দলে।

৪১ সংখ্যক অম্বামেধী ফুটবল প্ৰতিয়োগিতা খনি উদ্বোধন কৰে দৰং জিলা উপায়ুক্ত প্ৰনৱ কুমাৰ শৰ্মাই ।

assam mangaldoi