/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/election-result-and-agragati.jpg)
ডিজিটেল সংবাদ, মঙলদৈঃ ৮ নম্বৰ মঙ্গলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত ওদালগুৰি জিলাৰ তিনিটা বিধানসভা সমষ্টিৰ বাবে ওদালগুৰি জিলা উপায়ুক্ত কাৰ্যালয় চৌহদত চলি থকা ভোটগণনা অনুসৰি-
পঞ্চম ৰাউণ্ডৰ অন্তত পানেৰী বিধানসভা সমষ্টিতঃ
বিজেপি- ৪১৩১
কংগ্ৰেছ- ৪৮৩
ইউপিপিএল- ২০২৯
নোটা- ১৪৯
পঞ্চম ৰাউণ্ডৰ অন্তত ওদালগুৰি বিধানসভা সমষ্টিতঃ
বিজেপি- ৪৬০৪
কংগ্ৰেছ- ১৪৯৭
ইউপিপিএল- ৪১৮
নোটা- ২০৫
পঞ্চম ৰাউণ্ডৰ অন্তত মাজবাট বিধানসভা সমষ্টিতঃ
বিজেপি- ৫১৫৬
কংগ্ৰেছ- ১৮০৪
ইউপিপিএল- ৬৫৫
নোটা- ১৩৫
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us