/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/bhupen-bora-1.jpg)
প্ৰতিদিন ডিজিটেল সংবাদ, মঙলদৈ : মঙলদৈত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ গৌৰৱ যাত্ৰাত ভূপেন বৰা আৰু ৰকিবুল হুছেইন। স্বাধীনতাৰ আজাদী কা অমৃত মহোৎসৱ উপলক্ষে অসম প্ৰদেশ কংগ্ৰেছে ৰাজ্যৰ প্ৰতিটো প্ৰান্তত আয়োজন কৰে গৌৰৱ যাত্ৰা ৷ দেওবাৰে মঙলদৈতো এই গৌৰব যাত্ৰা আয়োজন কৰা হয়।
এই গৌৰৱ যাত্ৰাৰ পূৰ্বে মঙলদৈ উপায়ুক্ত কাৰ্যালয়স্থিত মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰি
ভূপেন বৰাই কয় "বিজেপিয়ে জাত-পাতৰ ৰাজনীতি কৰিছে । উন্নয়নৰ ৰাজনীতি কৰা নাই।" এই অনুষ্ঠানত ৰাজ্যিক সভাপতি ভূপেন বৰাৰ উপৰিও ৰকিবুল হুছেইন, মিৰা বৰঠাকুৰ, বসন্ত দাসৰ লগতে কংগ্ৰেছৰ বিষয়ববীয়া সকল উপস্থিত থাকে।
আৰু পঢ়ক : পুনৰ বহিঃৰাজ্যত সন্দেহজনক মৃত্যু অসমৰ যুৱকৰ…