তীব্ৰ বেগী ট্ৰাকে মহটিয়াই নিলে এজনক, থিতাতে মৃত্যু...

মঙলদৈ মহাবিদ্যালয়ৰ সমীপৰ ১৫নং ৰাষ্ট্রীয় ঘাইপথত দুৰ্ঘটনা।
road accident
road accidentroad accident
  • মঙলদৈ মহাবিদ্যালয়ৰ সমীপৰ ১৫নং ৰাষ্ট্রীয় ঘাইপথত দুৰ্ঘটনা।

  • বুধবাৰে নিশাৰ ভাগত সংঘটিত হয় এই পথ দুৰ্ঘটনা।

  • তীব্র বেগী ট্রাকে মহটিয়াই নিলে স্কুটীসহ আৰোহীক।

  • ঘটনাস্থলীতে মৃত্যু স্কুটী আৰোহী গৌতম চহৰীয়াৰ।

  • গৌতম চহৰীয়াৰ ঘৰ মঙলদৈ পকাবাঙী পাৰাত।

  • দুৰ্ঘটনা সংঘটিত কৰা ট্রাকখন জব্দ কৰে আৰক্ষীয়ে।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in