/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5ab87155-909e-49f9-a8ce-a3b39c030bca/accident_7.jpg)
road accident road accident
-
মঙলদৈ মহাবিদ্যালয়ৰ সমীপৰ ১৫নং ৰাষ্ট্রীয় ঘাইপথত দুৰ্ঘটনা।
-
বুধবাৰে নিশাৰ ভাগত সংঘটিত হয় এই পথ দুৰ্ঘটনা।
-
তীব্র বেগী ট্রাকে মহটিয়াই নিলে স্কুটীসহ আৰোহীক।
-
ঘটনাস্থলীতে মৃত্যু স্কুটী আৰোহী গৌতম চহৰীয়াৰ।
-
গৌতম চহৰীয়াৰ ঘৰ মঙলদৈ পকাবাঙী পাৰাত।
-
দুৰ্ঘটনা সংঘটিত কৰা ট্রাকখন জব্দ কৰে আৰক্ষীয়ে।