/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/4081946e-63ad-431d-984d-ad96bd1c3fd3/fdkjkd.jpg)
ডিজিটেল সংবাদ, মঙলদৈ: শুকুৰবাৰে মঙলদৈত সদৌ দৰং জিলা ছাত্ৰ সন্থাই বৃহৎ নদী বান্ধৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।প্ৰতিবাদী কাৰ্যসূচীত ছাত্ৰ সন্থাই NHPC ৰ প্ৰতিকৃতি দাহ কৰে ।
১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ ছাত্ৰ সন্থাই বৃহৎ নদী বান্ধৰ বিৰোধিতা কৰে । অসমৰ বিশেষজ্ঞ কমিটিৰ প্ৰতিবেদনক আওকাণ কৰি চৰকাৰে ময়মতালিৰে বান্ধ নিৰ্মান কৰা কাৰ্য অব্যাহত ৰখাৰ ফলত নিৰ্মীয়মান অৱস্থাতে খহি যোৱাৰ অভিযোগ আনে আছুই ।হাতে হাতে প্লে কাৰ্ড লৈ বিজেপি মুৰ্দাবাদ, মুখ্য মন্ত্ৰী হায় হায় ধ্বনিৰে দৰং জিলা ছাত্ৰ সন্থাই উত্তাল কৰি তোলে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us