ঘোচ লৈ হাতে-লোটে ধৰা পৰিল লাট মণ্ডল...

মাটি-বাৰীৰ কামত ঘোচ লাট মণ্ডলৰ

author-image
Asomiya Pratidin
New Update

ঘোচ লৈ হাতে-লোটে ধৰা পৰিল লাট মণ্ডল...

ডিজিটেল সংবাদঃ ঘোচ লৈ হাতে-লোটে ধৰা পৰিল লাট মণ্ডল। দৰঙৰ ছিপাঝাৰত বুধবাৰে দূৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল পাথৰিঘাট ৰাজহ চক্ৰৰ লাট মণ্ডল হৰিদাস সিনহা। মাটি-বাৰীৰ কামৰ নামত ঘোচ লৈছিল ১৮ হেজাৰ টকা।

১০ লেচা মাটি নামজাৰিৰ নামত লৈছিল ওঠৰ হেজাৰ টকা। পাটিদৰঙৰ পংকজ ডেকা নামৰ লোকজনৰ পৰা ঘোচ লৈছিল উক্ত ওঠৰ হেজাৰ টকা। বুধবাৰে পাথৰিঘাট ৰাজহ চক্ৰ কাৰ্যালয়ত দূৰ্নীতি নিবাৰক শাখাৰ এটি তদন্তকাৰী দলে অভিযান চলাই আটক কৰে লাট মণ্ডলজনক।

mangaldai