/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/WhatsApp-Image-2022-03-09-at-9.56.29-AM.jpeg)
ডিজিটেল সংবাদ, মঙলদৈ: দৰং জিলাৰ তিনিখন পৌৰ সভাৰ তিনিওখনতে বিজেপিৰ জয়লাভ। এই নিৰ্বাচনত ছিপাঝাৰ, মঙলদৈ পৌৰসভাত ক'ত কোন দলৰ প্ৰাৰ্থী জয়লাভ কৰিলে সেই ফলাফল এই ধৰণৰ…
ছিপাঝাৰ পৌৰ সভা মুঠ ৱাৰ্ড ১০টা।
১ নং ৱাৰ্ড: বিজেপি
২নং ৱাৰ্ড: নিৰ্দলীয়
৩ নং ৱাৰ্ড: বিজেপি
৪ নং ৱাৰ্ড:বিজেপি
৫ নং ৱাৰ্ড:বিজেপি
৬ নং ৱাৰ্ড:বিজেপি
৭ নং ৱাৰ্ড: অগপ
৮ নং ৱাৰ্ড:অগপ
৯নং ৱাৰ্ডঃ বিনা প্ৰতিদ্বন্দিতাই জয়ী বিজেপি প্ৰাৰ্থী ।
১০ নং ৱাৰ্ড: বিজেপি
মঙলদৈ পৌৰ সভাৰ মুঠ ৱাৰ্ড ১০টা
১ নং ৱাৰ্ড: বিজেপি
২নং ৱাৰ্ড: অগপ
৩ নং ৱাৰ্ড: বিজেপি
৪ নং ৱাৰ্ড: বিজেপি
৫ নং ৱাৰ্ড:বিজেপি
৬ নং ৱাৰ্ড: নিৰ্দলীয়
৭ নং ৱাৰ্ড: বিজেপি
৮ নং ৱাৰ্ড:অগপ
৯নং ৱাৰ্ডঃ বিজেপি
১০ নং ৱাৰ্ড: বিজেপি বিজয়ী