/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/e650154a-7bd8-4d7c-8fbf-b060a0613d35/pic_eimuhurtor_khobor_copy.jpg)
-
বৃহস্পতিবাৰ নিশা বোকাখাত কুৰুৱাবাহীৰ পত্নী হত্যাৰ ঘটনা।
-
পত্নী হত্যাকাৰী মানস গাংগুলীৰ আত্মসমৰ্পন।
-
বোকাখাত আৰক্ষী থানাত নিশা আত্মসমৰ্পন কৰে হত্যাকাৰী মানস গাংগুলীয়ে।
-
বৃহস্পতিবাৰে নিশা হত্যাকাণ্ডৰ পাছত পলায়ন কৰিছিল মানস গাংগুলীয়ে।
-
আত্মসমৰ্পনৰ পাছতে বোকাখাত আৰক্ষী থানা উত্তাল কৰে স্থানীয় মহিলাই।
-
হত্যাকাৰীৰ কঠোৰ শাস্তিৰ দাবীত এই প্ৰতিবাদ স্থানীয় মহিলাৰ।