অসম মুখ্য-পৃষ্ঠা বাঢ়নী পানীত পৰি সলিল সমাধি ২ শিশুৰ… বাঢ়নী পানীত পৰি সলিল সমাধি ২ শিশুৰ… asomiyapratidin 03 Jul 2022 16:53 IST Follow UsNew Updateযোগীঘোপাৰ বৰজানত শোকাৱহ ঘটনা। ৰবিবাৰে সংঘটিত হয় এই ঘটনা।মানাহ নৈৰ বাঢ়নী পানীত পৰি সলিল সমাধি এটি শিশুৰ।বাঢ়নী পানীত একেলগে পৰিছিল দুটি শিশু।স্থানীয় লোকে জীৱন্তে উদ্ধাৰ কৰে এটি শিশুক। dead child assamআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক