
মানাহ ৰাষ্ট্রীয় উদ্যানত পুনৰ গঁড়ৰ মৃত্যু।
ভূঞাপাৰা ৰেঞ্জৰ ৰূপহী কেম্পৰ সমীপত উদ্ধাৰ মৃত গঁড়টো।
ঘটনাস্থলীত উপস্থিত উদ্যানখনৰ ক্ষেত্র সঞ্চালক ড০ বৈভৱ চি মাথুৰ।
উদ্যান কৰ্তৃপক্ষই উদ্ধাৰ কৰিছে গঁড়টোৰ খৰ্গ।
গঁড়টোৰ মৃত্যুৰ কাৰণ এই পৰ্যন্ত জনা হোৱা নাই।