/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/3d458740-8d99-4c2f-8bbf-cb0e69f25144/pic_eimuhurtor_khobor_copy.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/adc7ef82-ec78-45d3-b0f7-3b693fab98f0/ef0cdb3f_4c83_4690_bf33_4699b99a7c8f.jpg)
-
সোণৰ নাওসহ দিছপুৰত আটক যুৱক ।
-
জনতা ভৱনৰ সমীপৰ পৰা কিছু সময় পূৰ্বে এখন সোণৰ নাওসহ আটক যুৱকজন ।
-
আটকাধীন যুৱকজনৰ নাম শ্যাম কুমাৰ ।
-
তথ্য অনুসৰি শ্যাম কুমাৰৰ ঘৰ বিহাৰত ।
-
মহানগৰীৰ বেলতলাৰ এক ভাৰাঘৰত বাহৰ পাতি বিভিন্ন অপৰাধমূলক ঘটনা সংঘটিত কৰি আহিছিল যুৱকজনে ।
-
আজি গোপন সূত্ৰৰ পম খেদি আটক কৰিবলৈ সক্ষম হয় দিছপুৰ থানাৰ আৰক্ষী ।