অসম মুখ্য-পৃষ্ঠা মৰিয়নিত নদীত গা ধুবলৈ গৈ নিখোজ যুৱক মৰিয়নিত নদীত গা ধুবলৈ গৈ নিখোজ যুৱক asomiyapratidin 08 Aug 2022 17:04 IST Follow UsNew Updateমৰিয়নিৰ ভোগনৈ নৈত অঘটন।নদীত গা ধুবলৈ গৈ নিখোজ যুৱক। সোমবাৰে সংঘটিত হয় এই ঘটনা।নিখোজ যুৱকজন হোনোৱাল চাহ বাগিছাৰ পাটন কছাৰী বুলি জানিব পৰা গৈছে।যুৱকজনৰ সন্ধানত এচ ডি আৰ এফৰ অভিযান।ভোগদৈ নৈত সলিল সমাধি ঘটাৰ শংকা কৰা হৈছে যুৱকজনৰ। assam missing marianiআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক