/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/49c1a041-5f3e-4fc9-9340-c658ce226aeb/kokrajhar.jpg)
এজন যুৱকৰ শেষকৃত্য সম্পন্ন কৰিবলৈ গৈ অঘটন ।
সোমবাৰৰ বিয়লি ৪:৩০ মান বজাত সংঘটিত হয় উক্ত ঘটনা ।
শেষকৃত্য সম্পন্ন কৰি নদীত গা ধুবলৈ যাওঁতেই অঘটন ।
গৌৰাং নদীৰ কোবাল সোঁতত উটি যায় পুষ্প ৰায় ।
বৰ্তমানলৈকে সন্ধানহীন হৈ আছে পুষ্প ৰায় ।
সোমবাৰে বিয়লিৰ পৰাই এচডিআৰএফৰ অভিযান ।
বৰ্তমানলৈকে অব্যাহত অভিযান যদিও কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই পুষ্প ৰায়ৰ ।