/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/db25a8ca-4016-4603-864f-6ae4ce314c86/saraighat.jpg)
saraighat
-
পুনৰ নতুন শৰাইঘাট দলঙত অঘটন।
-
দলঙৰ পৰা মৰণ জাঁপ এজন যুৱকৰ।
-
মঙলবাৰে সংঘটিত হয় এই ঘটনা।
-
যুৱকজন বৰপেটাৰ খনজয় দাস বুলি জানিব পৰা গৈছে।
-
সমগ্র দৃশ্য প্রত্যক্ষ কৰিলে এজন লোকে।
-
ঘটনাস্থলীত উপস্থিত জালুকবাৰী আৰক্ষী, NDRF বাহিনীৰ দল।
-
SDRF বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত।
-
এতিয়ালৈকি বিচাৰি পোৱা নাই যুৱকজনক।