/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/fb7b006d-4fa3-4234-b693-aa5a9c094a50/elephant1.jpg)
মাজবাটৰ অসম অৰুণাচল সীমান্তত পুনৰ হাতী-মানুহৰ সংঘাত
হাতীৰ গচকত মৃত্যু এগৰাকী মহিলা
সীমান্তৱৰ্তী হাজোগুৰি গাঁৱত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা
জানিব পৰা মতে ৫০ বছৰীয়া নিহত মহিলাগৰাকীৰ নাম বিজয়া কিসান (বড়ো)
শুই থকা অৱস্থাত শুকুৰবাৰে হাতীৰ জাকে ঘৰ লণ্ড-ভণ্ড কৰি মহিলাগৰাকীৰ ওপৰত আক্ৰমণ কৰে
ফলত থিতাতে নিহত হয় মহিলাগৰাকী
ঘটনাস্থলীত উপস্থিত লালপানী আৰক্ষী
মৰণোত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ।
Also Read: ধেমাজিত জাপানীজ এনকেফ্লাইটিছে প্ৰাণ কাঢ়িলে ৩ জনৰ