অসম মুখ্য-পৃষ্ঠা পুখুৰীত গা ধুবলৈ গৈ সলিল সমাধি যুৱকৰ পুখুৰীত গা ধুবলৈ গৈ সলিল সমাধি যুৱকৰ asomiyapratidin 14 Aug 2022 18:20 IST Follow UsNew Updateগুৱাহাটীৰ পানীখাইতিত অঘটন।দেওবাৰে সংঘটিত হয় এই ঘটনা ।পুখুৰীত গা ধুবলৈ গৈ সলিল সমাধি যুৱকৰ।মৃত যুৱকজন আমগাঁৱৰ চহিদুল ইছলাম বুলি চিনাক্ত।তিনি বন্ধুৰ সৈতে পুখুৰীত গা ধুবলৈ গৈছিল চহিদুলে।স্থানীয় ৰাইজৰ অভিযানত উদ্ধাৰ হয় চহিদুলৰ মৃতদেহ। assam guwahatiআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক