New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/f8d41a2a-43a9-49b3-8d2b-002144dce01d/download.jpg)
· মৰিগাঁও মিকিৰগাঁও লাঠবড়ীৰ বাবুঘাটত এক কৰুণ ঘটনা।
· বুধবাৰে সংঘটিত হয় এই ঘটনা।
· আঠমীয়া নাতিয়েকৰ মৃতদেহ সৎকাৰ কৰিবলৈ গৈ সলিল সমাধি এজনৰ।
· সৎকাৰ কৰি সোণাই নৈত গা ধুবলৈ যাওঁতে নৈত পৰি মৃত্যু ভদ্রকান্ত দেউৰীৰ।
· SDRFৰ কেইবা ঘণ্টাজোৰা অভিযানত উদ্ধাৰ দেউৰীৰ মৃতদেহ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us