New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/af3a61f9-4a25-4d28-93bc-d339dfe183f5/aimu.jpg)
জোনাইত জোনকাৰেঙত ৰে’লে মহটিয়ালে এজন যুৱকক।
জোনকাৰেঙৰ মুৰ্ক্রংচেলেক ষ্টেচনৰ সমীপত সংঘটিত এই ঘটনা ।
শুকুৰবাৰে সংঘটিত হয় এই ঘটনা।
বৰ্তমানো চিনাক্ত হোৱা নাই নিহত যুৱকজনৰ পৰিচয়।
নামনিমুৱা লাচিত এক্সপ্রেছে সংঘটিত কৰে এই দুৰ্ঘটনা।
ঘটনাস্থলীত ৰে’ল আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us