ৰেলৰ তলত পৰি মৃত্যু যুৱকৰ...

গোলকগঞ্জৰ ছাগলীয়াত ৰে’লৰ তলত পৰি এজন যুৱকৰ মৃত্যু।
ৰেলৰ তলত পৰি মৃত্যু যুৱকৰ...
  • গোলকগঞ্জৰ ছাগলীয়াত ৰে’লৰ তলত পৰি এজন যুৱকৰ মৃত্যু।

  • নিউ ময়নাগুৰি-যোগীঘোপা ৰে’লপথত সংঘটিত এই ঘটনা।

  • দেওবাৰে সংঘটিত হয় এই ঘটনা।

  • নিহত যুৱকজনৰ নাম হাচানুৰ আলী।

  • ধুবুৰী অভিমুখী মালবাহী ৰে’লৰ তলত পৰি মৃত্যু হাচানুৰৰ।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in