New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/df5cc3c8-7b8c-456b-959e-239a9d147a6d/111.jpg)
মহানগৰীৰ চান্দমাৰীত অঘটন
মালবাহী ৰেলৰ খুন্দাত নিহত যুৱক
এতিয়াও উদ্ধাৰ হোৱা নাই তেওঁৰ পৰিচয়
যুৱকজন আনুমানিক বয়স ২৫/২৬ বৰ্ষীয়
বৰ্তমানেও ৰেল আলিত পৰি ৰৈছে তেওঁৰ মৃতদেহ
এইয়া আত্মহত্যা বুলি মন্তব্য প্ৰত্যক্ষদৰ্শীৰ
আৰু পঢ়ক :গুৱাহাটী লাচিত সংঘৰ বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী উদযাপন...