নিচাসক্ত যুৱকে মৰিয়াই মৰিয়াই হত্যা কৰিলে এজনক...

চিলাপথাৰৰ মেছাকি গাঁৱত অঘটন।
নিচাসক্ত যুৱকে মৰিয়াই মৰিয়াই হত্যা কৰিলে এজনক...
  • চিলাপথাৰৰ মেছাকি গাঁৱত অঘটন।

  • নিচাসক্ত যুৱকৰ আক্রমণত নিহত এজন লোক।

  • পাঁচজন যুৱকৰ দলে শিলেৰে মৰিয়াই হত্যা কৰিলে লোকজনক।

  • দলটোৰ আক্রমণত আহত হৈছিল লক্ষিন্দৰ দলে নামৰ লোকজন।

  • AMCHত চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে লক্ষিন্দৰ দলেৰ।

  • ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ ।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in