/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/2ce8028e-d03b-4c6c-bae0-1dee8aa0f375/download.jpg)
-
চিলাপথাৰৰ মেছাকি গাঁৱত অঘটন।
-
নিচাসক্ত যুৱকৰ আক্রমণত নিহত এজন লোক।
-
পাঁচজন যুৱকৰ দলে শিলেৰে মৰিয়াই হত্যা কৰিলে লোকজনক।
-
দলটোৰ আক্রমণত আহত হৈছিল লক্ষিন্দৰ দলে নামৰ লোকজন।
-
AMCHত চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে লক্ষিন্দৰ দলেৰ।
-
ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ ।