New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/7556fd6f-d1da-4150-bc19-76a24178c77d/download.jpg)
· চতিয়াৰ ইটাখোলাত লোমহৰ্ষক ঘটনা।
· পত্নী আৰু ১০ মহীয়া শিশুক চোকা অস্ত্রৰে আক্রমণ।
· ঘটনাত প্রাণ গ’ল শিশুটিৰ।
· সংকটজনক অৱস্থাত চিকিৎসাধীন চঞ্জলা চাওৰা নামৰ মহিলাগৰাকী।
· গেলা হাটিঙৰ ৮ নং বস্তিত এই ঘটনা।
. ঘটনা সংঘটিত কৰি পলায়ন হত্যাকাৰী মুকেশ গড়ৰ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us