New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/f0b18566-96fd-40eb-9d74-637ea214243b/download.jpg)
পাঞ্জাবাৰীৰ ভি আই পি ৰোডত ভয়ংকৰ ঘটনা।
কৰ্তব্যৰত যান-বাহন আৰক্ষীক প্রহাৰ মেজিক চালকৰ।
যান-বাহনৰ নিয়ম উলংঘাত বাধা দিয়াৰ বাবেই প্রহাৰ আৰক্ষীক।
ৰজত বড়ো নামৰ আৰক্ষী জোৱানজনৰ মুখ আৰু ডিঙিত আক্রমণ।
আৰক্ষীয়ে গ্রেপ্তাৰ কৰে আক্রমণকাৰী চালকজনক।