New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/c83ed713-2c82-49ac-a3e1-0bd3ca895048/nag.jpg)
Man arrested with note making machine
নগাঁও আৰু হোজাইত আৰক্ষীৰ অভিযান।
নকল টকা বনোৱা মেচিনসহ গ্রেপ্তাৰ এটা অভিযুক্তক।
হয়বৰগাঁও আৰু কঠীয়াতলী আৰক্ষীয়ে যৌথভাৱে চলাইছিল অভিযান।
আৰক্ষীয়ে ডবকাৰ পৰা গ্রেপ্তাৰ কৰে আব্দুল জলিল নামৰ অভিযুক্তটো।