অসম মুখ্য-পৃষ্ঠা কেকো সাপ সহ এজনক গ্ৰেপ্তাৰ কেকো সাপ সহ এজনক গ্ৰেপ্তাৰ asomiyapratidin 12 May 2022 14:12 IST Follow UsNew Updateতেজপুৰ বৰঘাট আৰক্ষীয়ে কেকো সাপ সহ এজনক গ্ৰেপ্তাৰ কৰিছে৷ লোকজন গোন্ৰাবিলৰ পানিৰাম বৰাইক৷ তেওঁ ৬ টাকৈ কেকোসাপ বিক্ৰীৰ বাবে মানশিৰি লৈ নিয়াৰ কালত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷ tezpur Assam policeআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক