/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/acbd7b93-e012-4851-9079-c7db9fe2a6c3/pic_eimuhurtor_khobor_copy.jpg)
-
ৰাজ্যত পুনৰ আলফা (স্বা:)ৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত গ্ৰেপ্তাৰ যুৱক ।
-
মৰাণত নিষিদ্ধ ঘোষিত সংগঠনটোৰ হৈ ধন সংগ্রহ কৰাৰ অভিযোগত গ্রেপ্তাৰ এজন ।
-
ধেমেচী বেজপথাৰ দেওধাই গাঁৱৰ বিৰাজ গগৈ নামৰ যুৱকজনক গ্রেপ্তাৰ ।
-
ধন সংগ্রহ কাৰ্যত অধিক লোক জড়িত থকাৰ সন্দেহ আৰক্ষীৰ ।
-
ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত ।