New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/08/rape-case-city-bus-for-web-AP-full-no-ad-copy.jpg)
প্ৰতীকি ফটো
যোগীঘোপাত সংঘটিত এক জঘন্য ঘটনা।
বনকৰা নাবালিকাক ধৰ্ষণ কৰি গ্রেপ্তাৰ এজন।
দেওবাৰে নিশা গ্রেপ্তাৰ কৰে লম্পট ইউছুফ আলী নামৰ লোকজন।
শহুৰেকৰ ঘৰত বনকৰা হিচাপে আছিল কিশোৰী গৰাকী।
শহুৰেকৰ ঘৰতে কিশোৰীগৰাকীক ধৰ্ষণৰ অভিযোগ ইউছুফৰ বিৰুদ্ধে।
ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।