New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/af3a61f9-4a25-4d28-93bc-d339dfe183f5/aimu.jpg)
ei muhurtar khabar
মাজুলীত ব্ৰহ্মপুত্ৰৰ মাজত আৱদ্ধ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা।
ফেৰীৰ ইঞ্জিন বিকল হৈ নদীৰ মাজত আৱদ্ধ মন্ত্ৰীগৰাকী।
জানিব পৰামতে মন্ত্ৰীগৰাকীৰ লগত আছিল বিধায়ক ভুৱন গাম, জিলা আয়ুক্ত কাবেৰী বি শৰ্মা লগতে ৫০গৰাকী ব্যক্তি।
মাজুলীৰ কেৰ কেৰ চাপৰিত বানাক্ৰান্ত খবৰ ল'বলৈ পুৱা ভাগত মিচামৰা অঞ্চলৰ পৰা ফেৰীৰে গৈছিল দলটো।