New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/1db7a489-f2e1-477a-91e2-5b378e61b112/accident.jpg)
- মাজুলীত শুকুৰবাৰে নিশাৰ ভাগত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। 
- পথ দুৰ্ঘটনাত নিহত এজন বাইক আৰোহী। 
- বাইক আৰোহীক চাৰিচকীয়া বাহনে খুন্দিওৱাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। 
- থিতাতে নিহত বাইক আৰোহী পহুমৰাৰ চন্দ্রকমল কাকতি। 
- ফুলনি-বনগাঁও সংযোগী পথত সংঘটিত এই দুৰ্ঘটনা। 
- দুৰ্ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন বাহনসহ চালকৰ। 
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us