/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/e8fd3010-e962-4909-8d02-59d7c7a2e87a/fff.jpg)
মাজুলী মাজৰ চাপৰিত ভয়ংকৰ অগ্নিকাণ্ড।
সম্পূৰ্ণ ৰূপে ভস্মীভূত এটি বাসগৃহ।
ভীমকান্ত পেগু নামৰ এজন লোকৰ ঘৰ ভস্মীভূত।
শুকুৰবাৰে সংঘটিত এই অগ্নিকাণ্ড।
প্ৰায় ডেৰ লক্ষ টকা সামগ্ৰী ভস্মীভূত।
স্থানীয় ৰাইজৰ তৎপৰতাত জুই নুমাবলৈ সক্ষম হয়।
কি কাৰণে এই অগ্নিকাণ্ড সংঘটিত হ'ল এতিয়ালৈকে জানিব পৰা হোৱা নাই।
Also Read: হাতিখুলি সমষ্টিত নিৰ্বাচনী সংঘাত: বিজেপি কৰ্মীক আক্ৰমণৰ অভিযোগ