/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/ferry.jpg)
মাজুলীত লুইতৰ বুকুত সন্ধানহীন কিশোৰ...
মাজুলীত আকৌ অঘটন।
লুইতৰ বুকুত সন্ধানহীন হ'ল এজন কিশোৰ।
মাজুলীৰ চিতাদাৰ চুকত সংঘটিত হৈছে এই ঘটনা।
সমনীয়াৰ সৈতে লুইতত গা ধুবলৈ গৈছিল কিশোৰজন।
সন্ধানহীন কিশোৰজনৰ নাম ধৰ্মকান্ত পায়েং।
ধৰ্মকান্ত পায়েঙৰ সন্ধানত SDRFৰ অভিযান।
এতিয়াও সন্ধান ওলোৱা নাই ধৰ্মকান্ত পায়েঙৰ।
Also Read: মহানগৰীৰ খ্ৰীষ্টানবস্তিত অগ্নিকাণ্ড...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us