সত্রনগৰী মাজুলীত ভয়ংকৰ পথ দুৰ্ঘটনা

নিয়ন্ত্রণ হেৰুৱাই মটৰচাইকেলসহ আৰোহীৰ বিদ্যুতৰ খুঁটাত খুন্দা।

author-image
Asomiya Pratidin
New Update
অচিনাক্ত বাহনে মহটিয়াই নিলে অসম আৰক্ষীৰ জোৱানক, থিতাতে মৃত্যু

প্ৰতীকী ফটো

  • সত্রনগৰী মাজুলীত ভয়ংকৰ পথ দুৰ্ঘটনা।

  • নিয়ন্ত্রণ হেৰুৱাই মটৰচাইকেলসহ আৰোহীৰ বিদ্যুতৰ খুঁটাত খুন্দা।

  • গুৰুতৰভাৱে আহত দুজন যুৱক।

  • আহত মাজুলী জালুকবাৰীৰ কৌশিক বৰা, ম’হকিনাৰ যদু শইকীয়া।

  • ততাতৈয়াকৈ দুয়োকে উন্নত চিকিৎসাৰ বাবে যোৰহাটলৈ প্রেৰণ।

  • দুৰ্ঘটনাতপতিত হোৱা মটৰচাইকেলখনৰ নম্বৰ AS-03 AE 1715।

assam road accident