সত্রনগৰী মাজুলীত ভয়ংকৰ পথ দুৰ্ঘটনা

নিয়ন্ত্রণ হেৰুৱাই মটৰচাইকেলসহ আৰোহীৰ বিদ্যুতৰ খুঁটাত খুন্দা।
প্ৰতীকী ফটো
প্ৰতীকী ফটো
  • সত্রনগৰী মাজুলীত ভয়ংকৰ পথ দুৰ্ঘটনা।

  • নিয়ন্ত্রণ হেৰুৱাই মটৰচাইকেলসহ আৰোহীৰ বিদ্যুতৰ খুঁটাত খুন্দা।

  • গুৰুতৰভাৱে আহত দুজন যুৱক।

  • আহত মাজুলী জালুকবাৰীৰ কৌশিক বৰা, ম’হকিনাৰ যদু শইকীয়া।

  • ততাতৈয়াকৈ দুয়োকে উন্নত চিকিৎসাৰ বাবে যোৰহাটলৈ প্রেৰণ।

  • দুৰ্ঘটনাতপতিত হোৱা মটৰচাইকেলখনৰ নম্বৰ AS-03 AE 1715।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in