সত্ৰনগৰী মাজুলীত ৫টাকৈ গঁড়ৰ মুক্ত বিচৰণ, আতংকিত ৰাইজ...

সত্ৰনগৰী মাজুলীত ৫টাকৈ গঁড়ৰ মুক্ত বিচৰণক লৈ আতংকিত ৰাইজ

author-image
Asomiya Pratidin
New Update
সত্ৰনগৰী মাজুলীত ৫টাকৈ গঁড়ৰ মুক্ত বিচৰণ, আতংকিত ৰাইজ...

majuli rihno

ডিজিটেল ডেস্ক : সত্ৰনগৰী মাজুলীত ৫টাকৈ গঁড়ৰ মুক্ত বিচৰণক লৈ আতংকিত ৰাইজ। পগলা চাপৰিত এটা, মচুৱা চাপৰিত ৩টা আৰু দক্ষিণ আঁহতগুৰিত এটা গঁড়ে মুক্ত বিচৰণ কৰিছে।

উল্লেখ্য যে গঁড়কেইটা কাজিৰঙাৰ পৰা ওলাই অহাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। গঁড়ৰ মুক্ত বিচৰণত আতংকৰ সৃষ্টি হৈছে নামনি আৰু দক্ষিণ মাজুলীত।

assam majuli rihno