মাজুলীত অঘটন! ব্ৰহ্মপুত্ৰৰ মাজত শতাধিক যাত্ৰী সহ আৱদ্ধ ফেৰী...

মাজুলীত আৱদ্ধ ফেৰী।
dangor khabar
dangor khabar
  • মাজুলীত আৱদ্ধ ফেৰী।

  • অফলামুখৰ পৰা গৈ থকা সময়তে ব্রহ্মপুত্রত আৱদ্ধ ফেৰীখন।

  • ৮খন চাৰিচকীয়া বাহন, ৪০খন দুচকীয়া বাহনসহ আৱদ্ধ।

  • ফেৰীখনত আছিল শতাধিক যাত্রী।

  • এতিয়ালৈ জানিব পৰা হোৱা নাই ফেৰীখন আৱদ্ধ হৈ পৰাৰ কাৰণ ।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in