New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/dangor-khobr-7.jpg)
dangor khabar
মাজুলীত আৱদ্ধ ফেৰী।
অফলামুখৰ পৰা গৈ থকা সময়তে ব্রহ্মপুত্রত আৱদ্ধ ফেৰীখন।
৮খন চাৰিচকীয়া বাহন, ৪০খন দুচকীয়া বাহনসহ আৱদ্ধ।
ফেৰীখনত আছিল শতাধিক যাত্রী।
এতিয়ালৈ জানিব পৰা হোৱা নাই ফেৰীখন আৱদ্ধ হৈ পৰাৰ কাৰণ ।