New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/ferry.jpg)
- মুকলি হ'ল নিমাতী-মাজুলী ফেৰী সেৱা।
- বহু দিন ধৰি বন্ধ হৈ আছিল মাজুলী-নিমাতী ফেৰী সেৱা।
- মাজুলী জিলা প্রশাসনে মুকলি কৰি দিলে ফেৰী সেৱা।
- ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ বাবে বন্ধ কৰি ৰখা হৈছিল ফেৰী সেৱা।
- অনিৰ্দিষ্টকাললৈ বন্ধৰ নিৰ্দেশ দিছিল মাজুলী জিলা প্ৰশাসনে।