অসম মুখ্য-পৃষ্ঠা মাজুলীত বৰলুইতত আৱদ্ধ ফেৰী, প্রচণ্ড ধুমুহাত দিশহাৰা যাত্রীবাহী ফেৰীখন... প্রচণ্ড ধুমুহাত দিশহাৰা এম ভি পানৈ নামৰ ফেৰীখন Asomiya Pratidin 23 Sep 2022 17:26 IST Follow UsNew Updatemajuli ferry মাজুলীত বৰলুইতত আৱদ্ধ যাত্রীবাহী ফেৰী।প্রচণ্ড ধুমুহাত দিশহাৰা এম ভি পানৈ নামৰ ফেৰীখন।নিমাতীৰ পৰা কমলাবাৰী অভিমুখী আছিল ফেৰীখন।যাত্রীৰ মাজত হাহাকাৰ পৰিস্থিতি। ৬০ জনৰো অধিক যাত্রী, কেইবাখনো বাহন আছে ফেৰীখনত। assam majuli jorhat ferryআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক