New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/af3a61f9-4a25-4d28-93bc-d339dfe183f5/aimu.jpg)
bokajan lightning
মাজুলীত অঘটন।
ব্রহ্মপুত্রৰ সুঁতিত উটি গ’ল এজন ৮৫ বছৰীয়া বৃদ্ধ।
গা ধুবলৈ যাওঁতেই বাঢ়নী পানীয়ে উটুৱাই নিয়ে বৃদ্ধগৰাকীক।
পানীৰ সোঁতৰ কবলত পৰি মৃত্যু হয় বৃদ্ধাগৰাকীৰ।
মৃত বৃদ্ধগৰাকী গায়ন গাঁৱৰ ভোগেশ্বৰ বৰা।
স্থানীয় ৰাইজে মিলি উদ্ধাৰ কৰে মৃতদেহটো।