New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/bhuban-gam.png)
- অব্যাহত আছে মাজুলী উপ-নিৰ্বাচনৰ ভোটগণনা।
- ১৫টা ৰাউণ্ডত হ'ব ভোটগণনা।
- ১০টা ৰাউণ্ডৰ অন্তত বিজেপি প্ৰাৰ্থী ভূৱন গামে লাভ কৰে ৪৫,৬৭০ টা ভোট।
- অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীয়ে লাভ কৰে ১৬,৫৪৪ টা ভোট।
- ২৯,১২৬ ভোটৰ ব্যৱধানত আগবাঢ়ি আছে বিজেপি।
- ৭ মাৰ্চত অনুষ্ঠিত হৈছিল মাজুীল উপ-নিৰ্বাচন।
- কিছু সময় পাছতেই অন্ত পৰিব অপেক্ষাৰ আৰু মাজুলীয়ে পাব এজন নতুন বিধায়ক।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us