মাজুলীত বিজেপি প্ৰাৰ্থী ভূৱন গামৰ অগ্ৰগতি

মাজুলীত বিজেপি প্ৰাৰ্থী ভূৱন গামৰ অগ্ৰগতি

author-image
asomiyapratidin
New Update
মাজুলীত বিজেপি প্ৰাৰ্থী ভূৱন গামৰ অগ্ৰগতি

প্ৰতীকি ফটো

  • পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে মাজুলী উপ-নিৰ্বাচনৰ ভোটগণনা।
  • অব্যাহত আছে ভোটগণনা।
  • বৰ্তমান সময়লৈকে ভূৱন গামৰ অগ্ৰগতি ।
  • কোন হ'ব প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ উত্তৰসূৰী।
  • মাজুলীত কংগ্ৰেছ আৰু জাতীয় পৰিষদৰ সন্মিলত হিচাপে প্ৰক্ষেপ কৰিছিল চিত্তৰঞ্জন বসুমতাৰীক।
assam majuli