মাজুলীৰ জুগুনিধাৰীত শোকাৱহ ঘটনা, ট্রেক্টৰৰ হেঁচাত দুই ভাতৃৰ মৃত্যু...

ট্রেক্টৰে হেঁচা মাৰি ধৰাৰ ফলত দুজন লোক থিতাতে নিহত হয়

author-image
Asomiya Pratidin
New Update
মাজুলীত ট্ৰেক্টৰ দুৰ্ঘটনাঃ নিহত ২ ভাতৃ, ৫ জন আহত...

majul brothers death

ডিজিটেল ডেস্ক : মাজুলীৰ জুগুনিধাৰীত শোকাৱহ দুৰ্ঘটনা। ট্রেক্টৰে হেঁচা মাৰি ধৰাৰ ফলত দুজন লোক থিতাতে নিহত হয়। নিহত লোক দুজন দুই ভাতৃ ফণীধৰ ফুকন আৰু তৰুণ ফুকন।

উল্লেখ্য যে ম’হৰ খুঁটিৰ পৰা ট্রেক্টৰেৰে ঘৰলৈ আহি থকা অৱস্থাত সংঘটিত হয় এই ঘটনা। ট্রেক্টৰখন গড়াত উঠাওতেই বাগৰি পৰি হেঁচা মাৰি ধৰে দুয়োকে। আনহাতে, দুৰ্ঘটনাটোত আহত হয় আন ৫জনকৈ লোক।

assam majuli death