অসম মুখ্য-পৃষ্ঠা ৪১,৫৩০ ভোটৰ ব্যৱধানত জয়লাভ ভূৱন গামৰ ৪১,৫৩০ ভোটৰ ব্যৱধানত জয়লাভ ভূৱন গামৰ asomiyapratidin 10 Mar 2022 12:54 IST Follow UsNew Updateমাজুলীত বিজেপি প্ৰাৰ্থী ভূৱন গামৰ জয়।৪১৫৩০ ৰো অধিক ভোটত জয়লাভ।ভূৱন গামে লাভ কৰিলে ৬৬,০৯৮ ভোট।জাতীয় পৰিষদৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীয়ে লাভ কৰিলে ২৪,৬৬৪ ভোট।এই ফলাফলৰ আনুষ্ঠানি ঘোষণা এতিয়াও বাকী। majuli bjpআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক