New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/bhuban-gam.png)
- আজি ঘোষণা হ'ব মাজুলী উপ-নিৰ্বাচনৰ ফলাফল।
- ১৫ টা ৰাউণ্ডত গণনা হ'ব ফলাফল।
- প্ৰাপ্ত খবৰ অনুসৰি প্ৰথম ৰাউণ্ডত ৬,৬৩৮টা ভোটত অগ্ৰগতি বিজেপি প্ৰাৰ্থী ভূৱন গামৰ।
- জাতীয় পৰিষদৰ চিত্তৰঞ্জন বসুমতাৰী এক সহস্ৰাধিক ভোট পাবলৈ সক্ষম হৈছে।
- বিজেপি প্ৰাৰ্থী ভূৱন গামৰ হৈ মাজুলীত নিৰ্বাচনী প্ৰচাৰ চলাইছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিভিন্ন নেতাই।
- দিনৰ ১/2 বজাৰ ভিতৰত সম্পূৰ্ণ ফলাফল ঘোষণা হোৱাৰ সম্ভাৱনা।