New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/62510e4c-cb90-457a-bb7d-b12a8928a26f/agrani.jpg)
masbaat death
মাজবাটত ৰে'লৰ খুন্দাত নিহত এজন লোক।
নিহত লোকজনৰ নাম উত্তম বাৰৈ বুলি জানিব পৰা গৈছে।
নিহত উত্তম বাৰৈৰ ঘৰ মাজবাটৰ কালিবাৰীত বুলি জানিব পৰা গৈছে।
উত্তম বাৰৈ পেচাত এগৰাকী মটৰ মেকানি।
উজনিমুৱা ৰে'লে কাটি টুকুৰা-টুকুৰ কৰে উত্তম বাৰৈক।